Rules & Regulations
Last updated: March 02, 2026
Rules & Regulations (English)
- The full course fee, once paid, is strictly non-refundable under any circumstances.
- Students must attend live online classes regularly and adhere to the prescribed schedule.
- Recorded classes, PDF/visual notes, and other study materials are provided strictly for the personal use of the enrolled student only. Sharing any course material (videos, PDFs, notes, links, etc.) with third parties is strictly prohibited. Violation of this rule will result in cancellation of enrollment.
- Students must maintain discipline during online classes and follow the instructions of the teachers and administration.
- Completion of homework, assignments, projects, and examinations within the given deadline is mandatory.
- Students are responsible for arranging their own internet connection and digital devices. The institution will not be held responsible for technical issues on the student’s end.
- Any form of misconduct, inappropriate behavior, or violation of the rules may lead to immediate cancellation of enrollment without prior notice.
- The institution reserves the right to modify the rules and class schedule if necessary under special circumstances.
- For any queries or issues, students/guardians must contact the teacher or administration through official communication channels.
নিয়মাৱলী (Rules & Regulations - Assamese)
- পাঠ্যক্ৰমৰ সম্পূৰ্ণ মাচুল এবাৰ পৰিশোধ কৰাৰ পিছত কোনো পৰিস্থিতিতেই ঘুৰাই দিয়া নহ’ব।
- শিক্ষাৰ্থীয়ে নিয়মীয়াকৈ Live অনলাইন ক্লাছত উপস্থিত থাকিব লাগিব আৰু সময়সূচী মানি চলিব লাগিব।
- Recorded ক্লাছ, PDF/,Visual নোটছ আৰু অন্যান্য পাঠ্যসামগ্ৰী কেৱল ভৰ্তি হোৱা শিক্ষাৰ্থীৰ ব্যক্তিগত ব্যৱহাৰৰ বাবেহে প্ৰদান কৰা হৈছে। কোনো পাঠ্যসামগ্ৰী (ভিডিঅ’, PDF/Visual নোটছ, লিংক আদি) তৃতীয় পক্ষলৈ শ্বেয়াৰ কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ। এই নিয়ম ভংগ কৰিলে ভৰ্তি বাতিল কৰা হ’ব।
- অনলাইন ক্লাছ চলি থকা সময়ত শৃংখলা বজাই ৰাখিব লাগিব আৰু শিক্ষক/প্ৰশাসনৰ নিৰ্দেশ মানি চলিব লাগিব।
- গৃহকাৰ্য, প্ৰকল্প কাম আৰু পৰীক্ষা নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাটো বাধ্যতামূলক।
- শিক্ষাৰ্থীয়ে নিজৰ ইণ্টাৰনেট সংযোগ আৰু ডিভাইচৰ দায়িত্ব নিজে ল’ব লাগিব। টেকনিকেল সমস্যাৰ বাবে প্ৰতিষ্ঠান দায়বদ্ধ নহ’ব।
- কোনো ধৰণৰ অসদাচৰণ, অশালীন ব্যৱহাৰ বা নিয়ম ভংগৰ ক্ষেত্ৰত কোনো আগতীয়াকৈ জাননী নিদিয়াকৈ ভৰ্তি বাতিল কৰা হ’ব।
- বিশেষ পৰিস্থিতিত, প্ৰতিষ্ঠানে নিয়ম আৰু সময়সূচীত প্ৰয়োজন অনুসাৰে সংশোধন কৰাৰ অধিকাৰ সংৰক্ষণ থাকিব।
- যিকোনো প্ৰশ্ন বা সমস্যাৰ ক্ষেত্ৰত শিক্ষক বা প্ৰশাসনৰ সৈতে আনুষ্ঠানিকভাৱে যোগাযোগ কৰিব পাৰিব।